When Quality Of Life Matters Most

PALLIATIVE CARE IS OUR SPECIALTY

About Us

One Touch Of Cares Makes The Whole World Kin

Through more than 2 years of providing innovative solutions that improve Health and Quality of life for those in need of In-home Health Care Services, Sampurna Cares has established itself as one of the experienced home care provider in the industry.

As a community health care provider, our mission is to ensure that our clients and their families have access to quality and specialty care in the comfort of their own homes. We believe that care comes from the heart. Our team of dedicated and compassionate Caregivers, Social Workers, and Professional Care Coordinators are always motivated in bringing quality care for you or your loved one.

We strive to improve lives by offering reliable, responsible service to those entrusted to our care.

Please let us know how we can help you.

সম্পূৰ্ণ কেয়াৰছ্

সামাজিক, অৰ্থনৈতিক, আধ্যাত্মিক, মানসীক ও শাৰীৰিক কল্যাণৰ লক্ষ্যৰে সকলোৰে বাবে, সকলোৰে হৈ, সকলোৱে আগবাঢ়ি যাঁও আহক।

Palliative Care - উপশমকাৰী যত্ন

স্বাস্থ্য বিজ্ঞানৰ এই শাখাটোৰ সৈতে গ্ৰাম্যাঞ্চলৰ প্ৰতিজন ব্যক্তিক চিনাকী কৰোৱাৰ এক সহজ সৰল প্ৰচেষ্ঠাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

Geriatric Care - বয়োজ্যেষ্ঠৰ যত্ন

ভাৰতৰ মুঠ জনসংখ্যাৰ ৭০% শতাংশ জ্যেষ্ঠ লোক গাঁওত বাস কৰে। তেওঁলোকৰ বহুতে অজ্ঞতাৰ বাবেই হওঁক বা অদূৰদৰ্শীতাৰ বাবেই হওঁক প্ৰাপ্য খিনিও নাপায়।

Empowerment - ক্ষমতায়ন বা সৱলীকৰণ

মহিলা, দৰিদ্ৰজনৰ লগতে জ্যেষ্ঠজনো উপকৃত হোৱাকৈ প্ৰকল্প গঢ়ি পৰিবেশ আৰু প্ৰকৃতিৰ উন্নিতকৰণৰ লগতে সংৰক্ষণ কৰাৰ লক্ষ্য ও উদ্দেশ্যেৰে ক্ৰমশঃ

সামাজিক সহযোগিতা - আমাৰ যোগাত্মক জীৱনৰ ইন্ধন।

SAMPURNAs

PLANs and WORKs in

Palliative Care

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন গাঁওত পেলিয়েটিভ কেয়াৰৰ উত্তৰণ হওঁক। ৰাইজে বুজক আৰু বুজাই তোলক সকলো দিশত, সকলোৰে উন্নতি মানেহে পৰিৱৰ্তন-সৰ্বোন্নতি।

Geriatric Care

ক্ৰমান্বয়ে বাঢ়ি অহা নবীন আৰু প্ৰবীণৰ মাজৰ দূৰত্ব, বাৰ্ধক্য যে সামাজিক ব্যাধি নহয়, আদৰ্শৰ পৰা ন্যায্য অধিকাৰলৈ, সহাঁৰিৰ পৰা সহায়লৈ, ৰূপ ও ৰূপান্তৰলৈ সম্পূৰ্ণ বাস্তবায়ণ।

Digital Care

তথ্য-প্ৰযুক্তিৰ সুৰংগ পথেৰে এখন পৃথিৱী এৰি আন এখন পৃথিৱীলৈ, যুক্তিয়েই য’ত শক্তি, শব্দই য’ত অস্ত্ৰ, হাঁহিয়েই য’ত মন্ত্ৰ, জীৱনেই য’ত আদৰ্শ, উপদেশ নহয় আৰ্হি হওঁক সম্পূৰ্ণ।

If we can't as we would we must do as we can